ৰাজ্যত পুনৰ অপহৰণকাণ্ড! ONGCৰ তিনিজন কৰ্মচাৰীক অচিনাক্ত অস্ত্ৰধাৰী দুৰ্বৃত্তৰ অপহৰণ, তদন্ত অব্যাহত

News18 Assam | News18-Assam
Updated:April 21, 2021, 10:08 AM IST
ৰাজ্যত পুনৰ অপহৰণকাণ্ড! ONGCৰ তিনিজন কৰ্মচাৰীক অচিনাক্ত অস্ত্ৰধাৰী দুৰ্বৃত্তৰ অপহৰণ, তদন্ত অব্যাহত
এখন এম্বুলেন্সত আহিছিল অস্ত্ৰধাৰী দলটো

এখন এম্বুলেন্সত আহিছিল অস্ত্ৰধাৰী দলটো

  • Share this:
পুনৰ অপহৰণ কাণ্ডৰ ঘটনা। ONGCৰ ৩ কৰ্মচাৰীক অপহৰণ। ৰিতুল শইকীয়া, অলকেশ শইকীয়া, মোহিনী মোহন গগৈক অপহৰণ। অপহৰণ কাণ্ডত সন্দেহযুক্ত উগ্ৰপন্থী জড়িতৰ সন্দেহ। লাকুৱা GGS 8ৰ সমীপৰ ৱৰ্কঅভাৰ ৰিগত কৰ্মৰত আছিল লোককেইজন। মঙলবাৰে মাজনিশা লোককেইজনক অপহৰণ। এখন এম্বুলেন্সত আহিছিল অস্ত্ৰধাৰী দলটো।

অপহৃত কৰ্মচাৰীসকলক দুৰ্বৃত্তই অ'এনজিচিৰ এখন কাৰ্যকৰী বাহনত লৈ গৈছিল। পিছত, বাহনখন অসম-নাগালেণ্ড সীমান্তৰ ওচৰৰ নিমোনাগৰজংঘলৰ ওচৰত পৰিত্যক্ত অৱস্থাত পোৱা গৈছিল। অ'এনজিচিয়ে স্থানীয় আৰক্ষীৰ ওচৰত এটা অভিযোগ দাখিল কৰিছে।







First published: April 21, 2021, 10:08 AM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি