বিহু উপলক্ষে ৰঙিয়াত আৰম্ভ হৈছে এখন বিশেষ বজাৰ, য’ত সকলো বিক্ৰেতা মহিলা
বৈদ্যগড় পঞ্চায়তৰ কাৰ্যালয়ৰ সন্মুখত আৰম্ভ হোৱা বজাৰখন আগন্তুক দিনত সপ্তাহত এদিনকৈ বহিব বুলি জানিবলৈ দিয়ে বিক্ৰেতাসকলে।
বৈদ্যগড় পঞ্চায়তৰ কাৰ্যালয়ৰ সন্মুখত আৰম্ভ হোৱা বজাৰখন আগন্তুক দিনত সপ্তাহত এদিনকৈ বহিব বুলি জানিবলৈ দিয়ে বিক্ৰেতাসকলে।
- News18 Assam
- Last Updated: April 13, 2021, 6:00 PM IST
বৈদ্যগড় পঞ্চায়তৰ কাৰ্যালয়ৰ সন্মুখত আৰম্ভ হোৱা বজাৰখন আগন্তুক দিনত সপ্তাহত এদিনকৈ বহিব বুলি জানিবলৈ দিয়ে বিক্ৰেতাসকলে। বজাৰখনত বৰ্তমান লাড়ু, পিঠা, দৈ, হাতে বোৱা কাপোৰ, ঊণৰ কাপোৰ, শাক–পাচলি আদি কৰি বিভিন্ন ধৰণৰ সামগ্ৰী উপলব্ধ হৈছে। বজাৰখনত সামগ্ৰী বিক্ৰী কৰিবলৈ অহা সকলোখিনি মহিলা হৈছে প্ৰায় ছয়শ আত্মসহায়ক গোটৰ সদস্যা।