'২ মে'ত দিনতে ভোট গণনা শেষ কৰক'- আয়োগৰ নিয়ম ভংগ কৰা সকলৰ বিৰুদ্ধে তৎকালীন ব্যৱস্থা গ্ৰহণৰ দাবী বিৰোধী মহাজোঁটৰ
ভোটগণনাৰ পূৰ্বে দেওবাৰে নিৰ্বাচন আয়োগৰ CEOক সাক্ষাৎ কৰি স্মাৰক পত্ৰ প্ৰদান কৰিলে কংগ্ৰেছ নেতৃত্বাধীন বিৰোধী মহাজোঁটৰ প্ৰতিনিধি দলে।
ভোটগণনাৰ পূৰ্বে দেওবাৰে নিৰ্বাচন আয়োগৰ CEOক সাক্ষাৎ কৰি স্মাৰক পত্ৰ প্ৰদান কৰিলে কংগ্ৰেছ নেতৃত্বাধীন বিৰোধী মহাজোঁটৰ প্ৰতিনিধি দলে।
- News18 Assam
- Last Updated: April 25, 2021, 7:03 PM IST
মুখ্য নিৰ্বাচনী আয়োগক আগন্তুক ভোটগণনা যাতে নিৰপেক্ষ আৰু নিকা হয়, সেই দিশত দৃষ্টি ৰাখিবলৈ আহ্বান জনায়। লগতে আয়োগৰ নিয়ম ভংগ কৰা সকলৰ বিৰুদ্ধে তৎকালীন ভাবে ব্যৱস্থা গ্ৰহণ কৰিবলৈও দাবী জনাই বিৰোধী মহাজোঁটৰ প্ৰতিনিধি দলে।
ৰিপুণ বৰাৰ নেতৃত্বত যোৱা প্ৰতিনিধিৰ দলটোৱে ২ মে'ত দিনৰ ভাগতে ভোট গণনা শেষ কৰিবলৈও আহ্বান জনাই নিৰ্বাচন আয়োগক।