অসমত ক্ৰমাত্ কোৰোণাই লৈছে সংহাৰী ৰূপ! শনিবাৰে আক্ৰান্ত হ'ল ৮৭৬ জন লোক, কেৱল গুৱাহাটীতে ৩৬০ জনৰ দেহত ধৰা পৰিল কোৰোণা
শনিবাৰৰ দিনটোত ৰাজ্যত কোৰোণাত আক্ৰান্ত হৈ ২ জন লোকৰ মৃত্যু হৈছে।
শনিবাৰৰ দিনটোত ৰাজ্যত কোৰোণাত আক্ৰান্ত হৈ ২ জন লোকৰ মৃত্যু হৈছে।
- News18 Assam
- Last Updated: April 18, 2021, 9:10 AM IST
ইফালে শনিবাৰৰ দিনটোত ৰাজ্যত কোৰোণাত আক্ৰান্ত হৈ ২ জন লোকৰ মৃত্যু হৈছে।