হৰ্ছ ট্ৰেডিঙৰ ভয়! 'কংগ্ৰেছৰ পৰা আহিব পাৰে অ'ফাৰ'-কোন AIUDFৰ প্ৰাৰ্থীৰ এই বিস্ফোৰক মন্তব্য
বিৰোধীৰ বিলাসী হোটেলৰ ৰাজনীতি চলি থকাৰ সময়তে News18ৰ সন্মুখত বহুকেইটা গুৰুত্বপূৰ্ণ মন্তব্য কৰিলে ৪১ নং ভৱানীপুৰ সমষ্টিৰ এআইইউডিএফৰ প্ৰাৰ্থী ফনীধৰ তালুকদাৰে।

- News18 Assam
- Last Updated: April 18, 2021, 10:27 AM IST
বিৰোধীৰ বিলাসী হোটেলৰ ৰাজনীতি চলি থকাৰ সময়তে News18ৰ সন্মুখত বহুকেইটা গুৰুত্বপূৰ্ণ মন্তব্য কৰিলে ৪১ নং ভৱানীপুৰ সমষ্টিৰ এআইইউডিএফৰ প্ৰাৰ্থী ফনীধৰ তালুকদাৰে।
"মোলৈ কংগ্ৰেছ দলৰ অ'ফাৰ আহিব পাৰে, কিন্তু বিজেপিৰ পৰা নাহে, বিজেপি মই বেয়া পাও"।- এই মন্তব্য কৰে ফনীধৰ তালুকদাৰে। ইফালে অসম আন্দোলনৰ শ্বহীদ খৰ্গেশ্বৰ তালুকদাৰকলৈ অসম গণ পৰিষদ আৰু বিজেপিয়ে কুটিল ৰাজনীতি কৰাৰ অভিযোগ তোলে এআইইউডিএফৰহৈ অসম বিধানসভা নিৰ্বাচনত অৱৰ্তীণ হোৱা ফনীধৰ তালুকদাৰে।