Gauhati University Exam: পৰীক্ষা পিছুৱালে গুৱাহাটী বিশ্ববিদ্যালয়ৰ। ১০ দিনলৈ পিছুৱালে স্নাতকোত্তৰ প্ৰথম ষান্মাসিকৰ পৰীক্ষা।
অহা ২৯ এপ্ৰিলৰ পৰা হ'ব স্নাতকোত্তৰ প্ৰথম ষান্মাসিকৰ তাত্বিক(Theory) পৰীক্ষাসমূহ।
অহা ২৯ এপ্ৰিলৰ পৰা হ'ব স্নাতকোত্তৰ প্ৰথম ষান্মাসিকৰ তাত্বিক(Theory) পৰীক্ষাসমূহ।
- News18 Assam
- Last Updated: April 19, 2021, 8:30 PM IST
স্নাতকোত্তৰ ছাত্ৰ সন্থাৰ সৈতে হোৱা দীঘলীয়া আলোচনাৰ পাছতেই এই ঘোষণা বিশ্ববিদ্যালয় কৰ্তৃপক্ষৰ।
অহা ২৯ এপ্ৰিলৰ পৰা হ'ব স্নাতকোত্তৰ প্ৰথম ষান্মাসিকৰ তাত্বিক(Theory) পৰীক্ষাসমূহ।
বিশ্ববিদ্যালয়ৰ অন্তৰ্গত মহানগৰীৰ কলেজসমূহৰ ছাত্ৰ-ছাত্ৰীৰ উদ্যোগত তথা বিশ্ববিদ্যালয়ৰ ছাত্ৰসমাজৰ উদ্যোগত চলি আছিল প্ৰতিবাদ।
সোমবাৰে ছাত্ৰ-ছাত্ৰীসকলে বিশ্ববিদ্যালয়ৰ প্ৰশাসনিক ভৱনৰ সন্মুখত ধৰ্ণাতো বহিছিল।