Good News: Covid ভেকছিনৰ দুয়োটা পালি লোৱাসকলক ৰেহাই ! এতিয়া আৰু বিমান বন্দৰ-ৰে'ল ষ্টেচনত Covid Test কৰিব নালাগে ...
ভেকছিনৰ দুয়োটা dose লোৱাসকলে আৰু বিমান বন্দৰ কিম্বা ৰে'ল ষ্টেচন ক'ভিড পৰীক্ষা কৰিব নালাগে। তেওঁলোকক ৰেহাই দিয়া হৈছে। বহিঃৰাজ্যৰ পৰা অসমলৈ অহা লোকসকলৰ ক্ষেত্ৰত এই নিৰ্দেশনা প্ৰযোজ্য হ'ব।
ভেকছিনৰ দুয়োটা dose লোৱাসকলে আৰু বিমান বন্দৰ কিম্বা ৰে'ল ষ্টেচন ক'ভিড পৰীক্ষা কৰিব নালাগে। তেওঁলোকক ৰেহাই দিয়া হৈছে। বহিঃৰাজ্যৰ পৰা অসমলৈ অহা লোকসকলৰ ক্ষেত্ৰত এই নিৰ্দেশনা প্ৰযোজ্য হ'ব।
- News18 Assam
- Last Updated: August 17, 2021, 12:30 PM IST
ভেকছিনৰ দুয়োটা dose লোৱাসকলে আৰু বিমান বন্দৰ কিম্বা ৰে'ল ষ্টেচন ক'ভিড পৰীক্ষা কৰিব নালাগে। তেওঁলোকক ৰেহাই দিয়া হৈছে। বহিঃৰাজ্যৰ পৰা অসমলৈ অহা লোকসকলৰ ক্ষেত্ৰত এই নিৰ্দেশনা প্ৰযোজ্য হ'ব। সম্প্ৰতি ৰাজ্যত টীকাকৰণ প্ৰক্ৰিয়া দ্ৰুতগতিত চলি থকাৰ লগতে পূৰ্বতকৈ আক্ৰান্তৰ সংখ্যাও হ্ৰাস পাইছে।