মেট্ৰিক আৰু উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষা হ’বনে নাই ২ মে’ৰ পিছত হ’ব সিদ্ধান্ত, কোভিড প্ৰটকল নমনা বিহু কমিটীৰ বিৰুদ্ধে চৰকাৰে ল’ব ব্যৱস্থা

News18 Assam | News18-Assam
Updated:April 15, 2021, 1:56 PM IST
মেট্ৰিক আৰু উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষা হ’বনে নাই ২ মে’ৰ পিছত হ’ব সিদ্ধান্ত, কোভিড প্ৰটকল নমনা বিহু কমিটীৰ বিৰুদ্ধে চৰকাৰে ল’ব ব্যৱস্থা
মন্ত্ৰীগৰাকীয়ে কয় যে কোভিড প্ৰটকল নমনা শিল্পী আৰু বিহু কমিটীৰ বিৰুদ্ধে আইনগত ব্যৱস্থা ল’ব চৰকাৰে।

মন্ত্ৰীগৰাকীয়ে কয় যে কোভিড প্ৰটকল নমনা শিল্পী আৰু বিহু কমিটীৰ বিৰুদ্ধে আইনগত ব্যৱস্থা ল’ব চৰকাৰে।

  • Share this:
বিহুৰ পিছত কোভিডক লৈ সষ্টম হ’ব স্বাস্থ্য বিভাগ। অসম লকডাউনৰ কোনো সম্ভাৱনা নাই। নতুন চৰকাৰে সিদ্ধান্ত ল’ব মেট্ৰিক আৰু হাই ছেকেণ্ডৰী পৰীক্ষা অনুষ্ঠিত হ’ব নে নাই।২ মে’ৰ পিছত নতুন চৰকাৰে চূড়ান্ত সিদ্ধান্ত গ্ৰহণ কৰিব। পৰীক্ষা অনুষ্ঠিত কৰাক লৈ ২৫ এপ্ৰিলৰ পিছত হ’ব শিক্ষা বিভাগৰ সৈতে আলোচনা। এই মন্তব্য হিমন্ত বিশ্ব শৰ্মাৰ।

মন্ত্ৰীগৰাকীয়ে কয় যে কোভিড প্ৰটকল নমনা শিল্পী আৰু বিহু কমিটীৰ বিৰুদ্ধে আইনগত ব্যৱস্থা ল’ব চৰকাৰে। নিশা ১১.৩০ বজাৰ ভিতৰত অনুষ্ঠান সামৰাৰ আহ্বান। শিল্পী আৰু বিহু কমিটীক সুধি নাহে কোভিড।
Published by: Sanjay Kumar Das
First published: April 15, 2021, 1:55 PM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি