কোৰোণা কালৰ মাজতে অনুষ্ঠিত হ’ব মেট্ৰিক–হাই মাদ্ৰাছা পৰীক্ষা, কি হ’ব কোভিড আক্ৰান্ত পৰীক্ষাৰ্থীৰ?
পৰীক্ষা অনুষ্ঠিত কৰাৰ বাবে ছেবাই বান্ধি দিছে নীতি–নিৰ্দেশনা। সম্পূৰ্ণ কোভিড প্ৰটকলৰ মাজেৰে অনুষ্ঠিত হ’ব পৰীক্ষা।
পৰীক্ষা অনুষ্ঠিত কৰাৰ বাবে ছেবাই বান্ধি দিছে নীতি–নিৰ্দেশনা। সম্পূৰ্ণ কোভিড প্ৰটকলৰ মাজেৰে অনুষ্ঠিত হ’ব পৰীক্ষা।
- News18 Assam
- Last Updated: April 14, 2021, 8:17 PM IST
পৰীক্ষা অনুষ্ঠিত কৰাৰ বাবে ছেবাই বান্ধি দিছে নীতি–নিৰ্দেশনা। সম্পূৰ্ণ কোভিড প্ৰটকলৰ মাজেৰে অনুষ্ঠিত হ’ব পৰীক্ষা। পৰীক্ষাৰ্থীয়ে বজাই ৰাখিব লাগিব সামাজিক দূৰত্ব।
কোৰোণাত আক্ৰান্ত পৰীক্ষাৰ্থীৰ বাবে থাকিব সুকীয়া ব্যৱস্থা। পৰীক্ষা কেন্দ্ৰসমূহ বিদ্যালয়ৰ পৰা ১ কিলোমিটাৰ দূৰত্বৰ ভিতৰত থাকিব লাগিব। যদিহে এনে ব্যৱস্থা নাই, তেন্তে পৰীক্ষাৰ্থীৰ বাবে অস্থায়ী টেণ্টৰ ব্যৱস্থা কৰাৰ নিৰ্দেশ। ব্যৱস্থাসমূহৰ বাবে প্ৰতিজন পৰীক্ষাৰ্থীৰ বাবে কেন্দ্ৰত দিয়া হ’ব ২৫ টকাকৈ।












