নিশিতাৰ সৈতে কঁকাল ঘূৰাই নাচি আঙুৰলতাই ক'লে "উপদেশতকৈ আৰ্হি ভাল, ভাষণ দিয়াতকৈ হাতে-কামে লগা ভাল"
আঙুৰলতাই লগতে কয়, "উপদেশতকৈ আৰ্হি ভাল। জাতিৰক্ষাৰ বাবে দিয়া ভাষণ মই শুনি ভাল পাইছো, কিন্তু কেৱল ভাষণৰে জাতি নাবাচে
আঙুৰলতাই লগতে কয়, "উপদেশতকৈ আৰ্হি ভাল। জাতিৰক্ষাৰ বাবে দিয়া ভাষণ মই শুনি ভাল পাইছো, কিন্তু কেৱল ভাষণৰে জাতি নাবাচে
- News18 Assam
- Last Updated: April 16, 2021, 10:55 PM IST
উল্লেখযোগ্য যে, ছাত্ৰ সন্থাই আয়োজন কৰা বিহুত ভাষণ প্ৰদান কৰি কা আন্দোলনৰ ৫গৰাকী শ্বহীদৰ কথা উল্লেখ কৰি আওপকীয়াকৈ বিজেপি চৰকাৰক তীব্ৰ সমালোচনা কৰাৰ লগতে ৰাইজক সেই দিনবোৰ পাহৰি নাযাবলৈকো আহ্বান জনাইছিল জ্ঞানশ্ৰী বৰাই। ইয়াৰ পিচতে ভাষণ প্ৰদান কৰি আঙুৰলতা ডেকাই এই মন্তব্য কৰে।
আঙুৰলতাই লগতে কয়, "উপদেশতকৈ আৰ্হি ভাল। জাতিৰক্ষাৰ বাবে দিয়া ভাষণ মই শুনি ভাল পাইছো, কিন্তু কেৱল ভাষণৰে জাতি নাবাচে। মই সংকল্প লৈছো অহাবাৰ বিহুত মই নিজে ১০খন গামোচা বৈ উলিয়াম। অসমীয়া জাতিক ৰক্ষা কৰিবলৈ ভাষণ সকলোৱে প্ৰদান কৰে পিছে জাতি জানো ভাষণত বাচিব। হাতে-কামে লাগি জাতিটো বচালেহে জাতিটোৰ কল্যাণ হ'ব। বটদ্ৰৱাৰ চৌপাশে ঘূৰিলেই সকলোৱে বুজি পাব দৰাচলতে ইয়াৰ অসমীয়া ৰাইজে কি দৰে জীৱন-যাপন কৰিছে।"












