ব'হাগৰ প্ৰথম দিনাই ৰাজ্যত ক'ৰোনাত আক্ৰান্ত ৪৯৯ জন।কামৰূপ মহানগৰত ২৫৫জন।
বৃহস্পতিবাৰে ১ ব'হাগৰ দিনাই অসমত ক'ৰোানাত আক্ৰান্ত হয় ৪৯৯ জন লোক। ইয়াৰে ২৫৫জন লোক কামৰূপ মহানগৰ জিলাৰ।
বৃহস্পতিবাৰে ১ ব'হাগৰ দিনাই অসমত ক'ৰোানাত আক্ৰান্ত হয় ৪৯৯ জন লোক। ইয়াৰে ২৫৫জন লোক কামৰূপ মহানগৰ জিলাৰ।
- News18 Assam
- Last Updated: April 15, 2021, 11:34 PM IST
আক্ৰান্তসকলৰ ৬৪জন ডিব্ৰুগড় জিলাৰ, ৩১ জন কামৰূপ গ্ৰাম্য জিলাৰ, ১৭ জন কাৰ্বি আংলং জিলাৰ, ২৪জন তিনিচুকীয়া জিলাৰ, ১৭জন হোজাই জিলাৰ আৰু ১৬জৱ যোৰহাট জিলাৰ বুলি জানিব পৰা গৈছে। বৃহস্পতিবাৰে আক্ৰান্তৰ গড় হৈছে ২.৭২ শতাংশ। মুঠ ১৮,৩২৩ জনৰ পৰীক্ষা কৰা হৈছিল ১ ব'হাগৰ দিনা।