Covid 19 Assam: সোমবাৰৰ পৰা প্ৰথম শ্ৰেণীৰ পৰা পঞ্চম শ্ৰেণীলৈ বন্ধ থাকিব পাঠদান। কোন কোন জিলাত কাৰ্যকৰী হ'ব এই নিৰ্দেশ, জানি লওক।
কামৰূপ মহানগৰ ,কামৰূপ গ্ৰাম্য, ডিব্ৰুগড়, নগাঁও ,শোণিতপুৰ, কাছাৰ, যোৰহাট আৰু তিনিচুকীয়া, এই আঠখন জিলাত প্ৰথম শ্ৰেণীৰ পৰা পঞ্চম শ্ৰেণীলৈ পাঠদান বন্ধ থাকিব। সোমবাৰৰ পৰাই কাৰ্যকৰী হ'ব এই নিৰ্দেশ।
কামৰূপ মহানগৰ ,কামৰূপ গ্ৰাম্য, ডিব্ৰুগড়, নগাঁও ,শোণিতপুৰ, কাছাৰ, যোৰহাট আৰু তিনিচুকীয়া, এই আঠখন জিলাত প্ৰথম শ্ৰেণীৰ পৰা পঞ্চম শ্ৰেণীলৈ পাঠদান বন্ধ থাকিব। সোমবাৰৰ পৰাই কাৰ্যকৰী হ'ব এই নিৰ্দেশ।
- News18 Assam
- Last Updated: April 17, 2021, 5:13 PM IST
সেই অনুসৰি কামৰূপ মহানগৰ ,কামৰূপ গ্ৰাম্য, ডিব্ৰুগড়, নগাঁও ,শোণিতপুৰ, কাছাৰ, যোৰহাট আৰু তিনিচুকীয়া, এই আঠখন জিলাত প্ৰথম শ্ৰেণীৰ পৰা পঞ্চম শ্ৰেণীলৈ পাঠদান বন্ধ থাকিব।
এই আঠোখন জিলাত আজিৰ তাৰিখত ১০০ তকৈ অধিক সক্ৰিয় কোৰোণা ৰোগী আছে।
অন্য জিলাৰ জিলা উপায়ুক্তসকলেও কোৰোণা পৰিস্থিতিৰ ওপৰত নজৰ ৰাখি সক্ৰিয় ৰোগীৰ সংখ্যা ১০০ পাৰ হ'লে প্ৰথম শ্ৰেণীৰ পৰা পঞ্চম শ্ৰেণীলৈ পাঠদান বন্ধ ৰখাৰ নিৰ্দেশ দিব পাৰিব।