ৰাজ্যত ক'ৰোনাৰ ভয়াৱহ সংক্ৰমণ : আজিৰে পৰা বন্ধ হৈ পৰিল হাজোৰ পঞ্চতীৰ্থ।

News18 Assam | News18-Assam
Updated:April 16, 2021, 5:28 PM IST
ৰাজ্যত ক'ৰোনাৰ ভয়াৱহ সংক্ৰমণ : আজিৰে পৰা বন্ধ হৈ পৰিল হাজোৰ পঞ্চতীৰ্থ।
আজিৰে পৰা বন্ধ থাকিব তীৰ্থনগৰী হাজোৰ ঐতিহাসিক শ্ৰী শ্ৰী হয়গ্ৰীৱ মাধৱ মন্দিৰৰ মুখ্য দ্বাৰ। ১৬ এপ্ৰিলত এই সিন্ধান্ত লৈছে মাধৱ মন্দিৰ পৰিচালনা কমিটীয়ে।

আজিৰে পৰা বন্ধ থাকিব তীৰ্থনগৰী হাজোৰ ঐতিহাসিক শ্ৰী শ্ৰী হয়গ্ৰীৱ মাধৱ মন্দিৰৰ মুখ্য দ্বাৰ। ১৬ এপ্ৰিলত এই সিন্ধান্ত লৈছে মাধৱ মন্দিৰ পৰিচালনা কমিটীয়ে।

  • Share this:
দেশৰ লগতে অসম ৰাজ্যতো আৰম্ভ হৈছে ক'ৰোনা ভাইৰাছৰ ভয়াৱহ সংক্ৰমণ।ক'ৰোনাৰ উদ্বেগজনক পৰিস্থিতিৰ বাবে কেন্দ্ৰীয় পুৰাতত্ত্ব বিভাগে মঠ-মন্দিৰ সমূহ বন্ধ কৰাৰ পোষকতা কৰিছিল।তাৰ পিছতে মাধৱ মন্দিৰ পৰিচালনা কমিটীৰ গুৰুত্বপূৰ্ণ সিদ্ধান্ত।

আজিৰে পৰা বন্ধ থাকিব তীৰ্থনগৰী হাজোৰ ঐতিহাসিক শ্ৰী শ্ৰী হয়গ্ৰীৱ মাধৱ মন্দিৰৰ মুখ্য দ্বাৰ। ১৬ এপ্ৰিলত এই সিন্ধান্ত লৈছে মাধৱ মন্দিৰ পৰিচালনা কমিটীয়ে। আজি সন্ধিয়া ৭.৩০ বজাৰ পৰা ১৫ মেʼলৈ বন্ধ থাকিব হাজোৰ পঞ্চতীৰ্থ। হয়গ্ৰীৱ মাধৱ মন্দিৰৰ দলৈয়ে NEWS 18 ৰ সন্মুখত অৱগত কৰিলে এই কথা।
Published by: Kokil Sarma
First published: April 16, 2021, 5:23 PM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি