ওজন বাঢ়িবলৈ নিদিব! ওজন বৃদ্ধিয়ে প্ৰভাৱ পেলাই শাৰীৰিক সম্পৰ্কত! জানি লওক
Source-Google
শৰীৰৰ ওজন বৃদ্ধি বৰ্তমান সময়ৰ এক ডাঙৰ সমস্যা। অস্বাস্থ্যকৰ জীৱন শৈলীয়ে মানুহৰ ওজন বৃদ্ধি কৰিছে।
- News18 Assam
- Last Updated: April 12, 2021, 7:11 PM IST
অত্যাধিক ফাষ্ট ফুড গ্ৰহণ কৰিলে মানুহৰ শৰীৰৰ ওজন বৃদ্ধি পোৱা দেখা যায়। লগতে শাৰীৰিক পৰিশ্ৰম ক্ৰমান্বৰে হ্ৰাস পাই অহাও ওজন বৃদ্ধিৰ অন্যতম কাৰণ। মেদবহুলতাই মানুহৰ যৌন জীৱনত কিদৰে প্ৰভাব পেলাই জানো আহকঃ
অত্যাধিক ওজনে শৰীৰত গ্লোবিউলিনৰ পৰিমাণ বৃ্ধি কৰে। ফলত মানব শৰীৰত টেষ্টটৰনৰ নিঃসৰণ হ্ৰাস পাবলৈ আৰম্ভ কৰে।আৰু ইয়াৰ ফলত যৌন ক্ষমতা হ্ৰাস পাবলৈ ধৰে।
অত্যাধিক ওজনে মানুহৰ আত্মবিশ্বাসত প্ৰভাব পেলায়। মনোবিজ্ঞানীক দৃষ্টিভংগীৰ মতে, যৌন ক্ষমতাৰ লগতে আত্মবিশ্বাসৰ আছে ওতঃপ্ৰোত সম্পৰ্ক।












