Priyanka Chopra-Parineeti Chopra : বাইদেউ এইয়া কি হৈ আছে! ইয়াত আমাৰ পৰিয়ালোঁ আছে, চকু মুদিহে লাইক বুটন টিপিছোঁ
প্ৰিয়ংকা চোপ্ৰা (Priyanka Chopra)ই ইনষ্টাগ্ৰামত শ্বেয়াৰ কৰিছিল স্বামী নিক জোনাছ (Nick Jonas)ৰ সৈতে অন্তৰংগ মুহূৰ্তৰ ফটো। ভনীয়েক পৰিণীতি চোপ্ৰা (Parineeti Chopra)ই আঙুলিয়াই দিব লগীয়া হয় প্ৰিয়ংকাক।

- News18 Assam
- Last Updated: August 30, 2021, 11:17 PM IST
View this post on Instagram
পৰিণীতিয়ে প্ৰিয়ংকাৰ পোষ্টত লিখিছে, “ভীনদেউ! মিমি বাইদেউ! এইবোৰ কি হৈ আছে ইয়াত আমাৰ পৰিয়ালো আছে (এটা চকু মুদা ইমোজিৰ ছবি) চকু মুদিহে লাইক বুটনত টিপা মৰাৰ চেষ্টা কৰিছোঁ।"
পৰিণীতিয়ে দ্বিতীয়বাৰ লিখিছে, "এক্সকিউজ মি, আচলতে কি হৈ আছে ইয়াত! (দুটা চকু মুদা ইমোজিৰ ছবি) চকু মুদিহে লাইক বুটনত টিপা মৰাৰ চেষ্টা কৰিছোঁ।"

প্ৰিয়ংকাৰ পোষ্টত পৰিণীতিৰ এই প্ৰতিক্ৰিয়াই নেটিজনক বেছ আমোদৰ খোৰাক দিছে।
উল্লেখ্য যে প্ৰিয়ংকা চোপ্ৰা বৰ্তমান চিটাডেল (Citadel)ৰ ছুটিঙৰ ব্যস্ততাৰ লগতে নতুন প্ৰজেক্ট আছে টেক্সট ফৰ ইউ (Text For You) আৰু মেট্ৰিক্স-৪ (Matrix-4)ৰ দৰে ছবি।