ইংলেণ্ডৰ শিক্ষা বিভাগৰ নতুন সংগীত পাঠ্যক্ৰমত অন্তৰ্ভুক্ত হ’ল 'Munni Badnaam Hui'!
কিশোৰী আমোঙ্কাৰৰ 'Saheli Re', অনুষ্কা শংকৰৰ 'Indian Summer', এ আৰ ৰহমানৰ 'Jai Ho' আদি গীতো অন্তৰ্ভুক্ত হৈছে পাঠ্যক্ৰমত
কিশোৰী আমোঙ্কাৰৰ 'Saheli Re', অনুষ্কা শংকৰৰ 'Indian Summer', এ আৰ ৰহমানৰ 'Jai Ho' আদি গীতো অন্তৰ্ভুক্ত হৈছে পাঠ্যক্ৰমত
- News18 Assam
- Last Updated: April 14, 2021, 2:22 PM IST
কিশোৰী আমোঙ্কাৰৰ 'Saheli Re', অনুষ্কা শংকৰৰ 'Indian Summer', এ আৰ ৰহমানৰ 'Jai Ho' আদি গীতো অন্তৰ্ভুক্ত হৈছে পাঠ্যক্ৰমত। PTIয়ে জনোৱা মতে, ইংলেণ্ডৰ পৰা অহা ১৫ জনীয়া সংগীত শিক্ষা বিশেষজ্ঞ – শিক্ষক, শিক্ষা নেতা আৰু সংগীতজ্ঞৰ এটা পেনেলে এই তালিকা প্ৰস্তুত কৰিছে।
বাতৰিটো শ্বেয়াৰ কৰি, মুন্নী বদনাম হুই গানটোত অভিনয় কৰা মালাইকা অৰোৰাই নিজৰ ইনষ্টাগ্ৰামত প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে।