প্ৰথম মেচতে বেটে-বলে উজলিল ৰিয়ান পৰাগ, সঞ্জুৰ শতক, তথাপিও পৰাস্ত ৰাজস্থান
সঞ্জু ছেমছনৰ বিস্ফোৰক শতক, ৰিয়ান পৰাগৰ বিধ্বংসী বেটিঙৰ পিছতো নাটকীয়ভাৱে পৰাস্ত ৰাজস্থান।
সঞ্জু ছেমছনৰ বিস্ফোৰক শতক, ৰিয়ান পৰাগৰ বিধ্বংসী বেটিঙৰ পিছতো নাটকীয়ভাৱে পৰাস্ত ৰাজস্থান।
- News18 Assam
- Last Updated: April 12, 2021, 11:52 PM IST
প্ৰত্যুত্তৰত ২২২ ৰানৰ বিশাল লক্ষ্য অনুসৰণ কৰি অধিনায়ক সঞ্জু ছেমছনৰ দৰ্শনীয় শতক আৰু ৰিয়ান পৰাগৰ ১১টা বলত বিস্ফোৰক ২৫ ৰানৰ সহায়ত ৰাজস্থানে নিৰ্ধাৰিত অভাৰত ৭ উইকেটত ২১৭ ৰানহে কৰিবলৈ সক্ষম হয়। খেলখনত পৰাস্ত হ'লেও বেটে-বলে চমকপ্ৰদক খেল দেখুৱায় ৰিয়ান পৰাগে।