ফ্ৰান্সৰ প্ৰধানমন্ত্ৰীলৈ মহিলাই পঠিয়ালে Underwear! পিছে কিয়? কাৰণ জানিলে আচৰিত হ'ব
ফ্ৰান্সৰ ফ্ৰধানমন্ত্ৰী জিন কাচটেক্সৰ অফিচ মেইললৈ মহিলাই পঠিয়াইছে আণ্ডাৰগাৰ্মেণ্টৰ ফটো। ছচিয়েল মিডিয়াতো শ্বেয়াৰ কৰা হৈছে এনেধৰণৰ ফটো।
ফ্ৰান্সৰ ফ্ৰধানমন্ত্ৰী জিন কাচটেক্সৰ অফিচ মেইললৈ মহিলাই পঠিয়াইছে আণ্ডাৰগাৰ্মেণ্টৰ ফটো। ছচিয়েল মিডিয়াতো শ্বেয়াৰ কৰা হৈছে এনেধৰণৰ ফটো।
- News18 Assam
- Last Updated: April 23, 2021, 8:11 PM IST
দৰাচলতে,কাপোৰৰ দোকানৰ এগৰাকী মালিকে প্ৰধানমন্ত্ৰীলৈ পঠিয়াইছে আণ্ডাৰগাৰ্মেণ্টৰ ফটো। যিখন দোকান মহামাৰীৰ বাবে বন্ধ হৈ আছে। ছচিয়েল মিডিয়াতো শ্বেয়াৰ কৰা হৈছে এনেধৰণৰ ফটো। য'ত ফ্ৰান্সৰ প্ৰধানমন্ত্ৰীলৈ লিখা চিঠিৰ লগতে আণ্ডাৰগাৰ্মেণ্টৰ ফটো দেখিবলৈ পোৱা গৈছে। চিঠিৰ জৰিয়তে প্ৰধানমন্ত্ৰীগৰাকীক দোকানৰ মালিকসকলে ব্যৱসায় প্ৰতিষ্ঠানৰ ক্ষেত্ৰত থকা প্ৰতিবন্ধকতা আঁতৰ কৰিবলৈ দাবী জনাইছে।