মুখ্যপৃষ্ঠা »
ফটো » জীৱন শৈলী» Priyanka Chopra : প্ৰিয়ংকা চোপ্ৰাই নিক জোনাছৰ সৈতে শ্বেয়াৰ কৰিছে অন্তৰংগ মুহূৰ্তৰ ফটো, চাওক দুয়োজনৰ কিউট ফটোবাৰ
Priyanka Chopra : প্ৰিয়ংকা চোপ্ৰাই নিক জোনাছৰ সৈতে শ্বেয়াৰ কৰিছে অন্তৰংগ মুহূৰ্তৰ ফটো, চাওক দুয়োজনৰ কিউট ফটোবাৰ
প্ৰিয়ংকা চোপ্ৰা (Priyanka Chopra) আৰু নিক জোনাছ (Nick Jonas) বৰ্তমান হলীউডৰো অন্যতম ষ্টাইলীছ দম্পতী। চাওক দুয়োজনৰ আকৰ্ষণীয় আৰু ৰোমাণ্টিক ফটোবোৰ।
News18 Assam | News18 Assam | August 30, 2021, 9:50 PM IST
1/ 10
প্ৰিয়ংকা চোপ্ৰা (Priyanka Chopra)ই স্বামী নিক জোনাছ (Nick Jonas)ৰ সৈতে এখন অন্তৰংগ মুহূৰ্তৰ ফটো শ্বেয়াৰ কৰিছে। (Image: Instagram)
2/ 10
প্ৰিয়ংকা চোপ্ৰাই নিক জোনাছৰ সৈতে ঘৰত সময় কটোৱাৰ সময়ত ৰঙা-ক'লা বিকিনিত সুন্দৰ শৰীৰ প্ৰদৰ্শন কৰিছে। (Image: Instagram)
3/ 10
প্ৰিয়ংকা চোপ্ৰা আৰু নিক জোনাছে হাতত হাত থৈ ৰোমাঞ্চ কৰাৰ মুূহূৰ্তত। (Image: Instagram)
4/ 10
নিক জোনাছে প্ৰিয়ংকা চোপ্ৰাৰ কপালত এটা মিঠা আৱেশ ভৰা চুম্বন আঁকি দিয়া মুহূৰ্তত। (Image: Instagram)
5/ 10
প্ৰিয়ংকা চোপ্ৰা আৰু নিক জোনাছে ইজনে সিজনৰ চকুলৈ চাই আছে। (Image: Instagram)
6/ 10
প্ৰিয়ংকা চোপ্ৰা আৰু নিক জোনাছ তেওঁলোকৰ পোহনীয়া কুকুৰটোৰ সৈতে ঘৰত এক মৰমলগা মুহূৰ্তত। (Image: Instagram)
7/ 10
প্ৰিয়ংকা চোপ্ৰা আৰু নিক জোনাছ, এটা ক্লিকত অসীম ৰোমাঞ্চকৰ মুহূৰ্ত উপভোগ কৰিছে। (Image: Instagram)
8/ 10
প্ৰিয়ংকা চোপ্ৰা আৰু নিক জোনাছে ইজনে সিজনক আলিঙ্গন কৰিছে। (Image: Instagram)
9/ 10
প্ৰিয়ংকা চোপ্ৰা আৰু নিক জোনাছক এই ছেলফীত বৰ মৰমলগা দেখাইছে। (Image: Instagram)
10/ 10
প্ৰিয়ংকা চোপ্ৰা আৰু নিক জোনাছ বৰ্তমান হলীউডৰো অন্যতম ষ্টাইলীছ দম্পতী। (Image: Instagram)