মুখ্যপৃষ্ঠা »
ফটো » জীৱন শৈলী» 'সিদ্ধাৰ্থৰ মৃত্যু মানি ল'ব পৰা নাই, তাই একেবাৰে ভাগি পৰিছে'- শ্বেহনাজ গিলৰ পিতৃয়ে কৰিলে এই মন্তব্য
'সিদ্ধাৰ্থৰ মৃত্যু মানি ল'ব পৰা নাই, তাই একেবাৰে ভাগি পৰিছে'- শ্বেহনাজ গিলৰ পিতৃয়ে কৰিলে এই মন্তব্য
সিদ্ধাৰ্থৰ মৃত্যুৱে মানসিক ভাবে ভাঙি পেলাইছে শ্বেহনাজক।
News18 Assam | News18 Assam | September 3, 2021, 3:24 PM IST
1/ 5
সিদ্ধাৰ্থ শুক্লা, নৱপ্ৰজন্মৰ এগৰাকী প্ৰতিভাশালী অভিনেতা। বালিকা বধু শ্বৰ জৰিয়তে সকলোৰে মুখে মুখে আছিল অভিনেতাজনৰ নাম।
2/ 5
শুকুৰবাৰে ৪০ বছৰ বয়সতে হৃদৰোগত আক্ৰান্ত হৈ মৃত্যু মুখত পৰে সিদ্ধাৰ্থ শুক্লা। সিদ্ধাৰ্থৰ মৃত্যু এতিয়া মানি লব পৰা নাই তেওঁৰ বান্ধৱী শ্বেহনাজ গিলে।
3/ 5
শ্বেহনাজৰ পিতৃ সন্তোষ সিং সুখে কয় যে, 'মই এতিয়া কথা কব পৰা অৱস্থাত নাই। যি ঘটনা ঘটিল মই বিশ্বাসেই কৰিব পৰা নাই।'
4/ 5
'শ্বেহনাজ মানসিক ভাবে একেবাৰেই ভাগি পৰিছে। মই তাইৰ সৈতে কথা পাতিছিলো।'
5/ 5
'তাইৰ মানসিক স্বাস্থ্য এতিয়া একেবাৰেই বেয়া। মোৰ পুত্ৰ শ্বেহবাজে শ্বেহনাজক সংগ দিবলৈ মুম্বাইলৈ ৰাওনা হৈছে।'