মুখ্যপৃষ্ঠা »
ফটো » জীৱন শৈলী» Sidnaaz Jodi Broken: সিদ্ধাৰ্থৰ মৃত্যুৱে অকলশৰীয়া কৰিলে শ্বাহনাজ গিলক, Bigg Boss 13ত দুয়োৰে মাজত গঢ়ি উঠিছিল সম্পৰ্ক
Sidnaaz Jodi Broken: সিদ্ধাৰ্থৰ মৃত্যুৱে অকলশৰীয়া কৰিলে শ্বাহনাজ গিলক, Bigg Boss 13ত দুয়োৰে মাজত গঢ়ি উঠিছিল সম্পৰ্ক
হাৰ্ট এটেক হৈ মৃত্যু হয় ৪০ বছৰীয়া অভিনেতাগৰাকীৰ। সিদ্ধাৰ্থৰ মৃত্যু এতিয়া মানি লব পৰা নাই শ্বাহনাজ গিলে।
News18 Assam | News18 Assam | September 2, 2021, 2:23 PM IST
1/ 6
‘বিগ বছ-১৩’ আৰু ‘খটৰো কা খিলাড়ী-৭’ৰ বিজয়ী তথা জনপ্ৰিয় অভিনেতা সিদ্ধাৰ্থ শৰ্মাৰ কুপাৰ চিকিৎসালয়ত মৃত্যু হৈছে। কুপাৰ চিকিৎসালয়ৰ চিকিৎসক ডাঃ সুখদেৱে মৃত ঘোষণা কৰিছে জনপ্ৰিয় অভিনেতাগৰাকীক। হাৰ্ট এটেক হৈ মৃত্যু হয় ৪০ বছৰীয়া অভিনেতাগৰাকীৰ। সিদ্ধাৰ্থৰ মৃত্যু এতিয়া মানি লব পৰা নাই শ্বাহনাজ গিলে।
2/ 6
সিদ্ধাৰ্থ শুক্লা আৰু শ্বাহনাজ গিল প্ৰথমবাৰ বিগ বছ ১৩ত লগ পাইছিল। দুয়োৰে মাজত আছিল বন্ধুত্ব।
3/ 6
বিগবছ ১৩ত দুয়ো বহুখিনি ওচৰ চাপিছিল। শ্বাহনাজে প্ৰায়ে সিদ্ধাৰ্থৰ সৈতে কথা পাতিছিল।
4/ 6
যেতিয়া সিদ্ধাৰ্থ শ্বৰ বিজয়ী হয়, তেতিয়া শ্বাহনাজকো অত্যন্ত সুখী দেখিবলৈ পোৱা গৈছিল।
5/ 6
কিছুদিন পূৰ্বে সিদ্ধাৰ্থ আৰু শ্বাহনাজৰ এটা মিউজিকেল ভিডিওই মুক্তি লাভ কৰিছিল।
6/ 6
কিন্তু সিদ্ধাৰ্থৰ মৃত্যুৱে এতিয়া অকলশৰীয় কৰিলে শ্বাহনাজক।