মুখ্যপৃষ্ঠা » ফটো » জীৱন শৈলী» World Mosquito Day : কিছুমান লোকক মহে কিয় বেছিকৈ কামুৰিবলৈ চেষ্টা কৰে ? কি Blood Groupৰ লোকক বেছিকৈ Target কৰে মহে ?
World Mosquito Day : কিছুমান লোকক মহে কিয় বেছিকৈ কামুৰিবলৈ চেষ্টা কৰে ? কি Blood Groupৰ লোকক বেছিকৈ Target কৰে মহে ?
World Mosquito day: যিসকল লোকৰ শৰীৰে লেকটিক এচিডৰ দৰে অধিক ৰাসায়নিক পদাৰ্থ প্ৰস্তুত কৰে, মহে তেওঁলোকক অধিক চিকাৰ কৰে। বৈজ্ঞানিক পৰীক্ষা অনুসৰি, O Blood Groupৰ লোকসকল ইয়াৰ অধিক চিকাৰ হয়।
Kokil Sarma | News18 Assam | August 20, 2021, 1:37 PM IST
1/ 4
আপুনি কেতিয়াবা চিন্তা কৰি চাইছেনে যে মহবোৰে মানুহক কিয় কামোৰে আৰু তেওঁলোকে কেনেকৈ মানুহৰ ওচৰলৈ যায়? মহবোৰে কিছুমান লোকক বেছি লক্ষ্য কৰে নেকি? এই সকলোবোৰৰ আঁৰৰ বিজ্ঞানৰ বিষয়ে অধিক শিকক।